peoplepill id: swargajyoti-barooah
SB
India
1 views today
6 views this week
Swargajyoti Barooah
Indian actress

Swargajyoti Barooah

The basics

Quick Facts

Intro
Indian actress
From
Gender
Female
Place of birth
Assam, India
The details (from wikipedia)

Biography


স্বৰ্গজ্যোতি বৰুৱা (ইংৰাজী: Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল। চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু অভিনয় কৰিছিল আইদেউ সন্দিকৈ, ফণী শৰ্মা ইত্যাদি শিল্পীয়ে। ১৯৩৩ আৰু ১৯৩৫ চনৰ মাজৰ সময়ছোৱাত ছবিখনৰ শ্বুটিং হৈছিল। তেওঁ বোলছবিখনত ডালিমীৰ ভূমিকাত অভিনয় কৰিছিল।


স্বাস্থ্যজনিত কাৰণত তেওঁৰ কম বয়সতে মৃত্যু হয়। তেওঁ গোলাঘাটৰ তাৰা প্ৰসাদ বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰাপ্ৰসাদ বৰুৱা আছিল স্কটিছ চাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ, কলিকতা বিশ্ববিদ্যালয়ৰ স্বৰ্ণপদক লাভকৰোঁতা, এজন নামজ্বলা উকীল আৰু লগতে অসমৰ তাম্ৰপত্ৰ লাভ কৰা এজন স্বাধীনতা সংগ্ৰামী।


তথ্যসূত্ৰ

বাহ্যিক সংযোগ

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
আধ্যাত্মিক
ইতিহাস
গণনায়ক
সাহিত্যিক
ভাষাবিদ
সমাজ সেৱক
কণ্ঠশিল্পী
নাট্যকাৰ
অভিনেতা / অভিনেত্ৰী
চলচ্চিত্ৰ নিৰ্মাতা
নিৰ্দেশক
খেলুৱৈ
শিক্ষাবিদ
প্ৰকৃতিবিদ
বিজ্ঞানী
The contents of this page are sourced from Wikipedia article on 13 Jun 2020. The contents are available under the CC BY-SA 4.0 license.
Lists
Swargajyoti Barooah is in following lists
comments so far.
Comments
From our partners
Sponsored
Reference sources
References
Swargajyoti Barooah
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes