peoplepill id: sujita-das
Indian radio jockey
Sujita Das
The basics
Quick Facts
Intro
Indian radio jockey
Places
Work field
Gender
Female
Place of birth
Sivasagar, Sivasagar district, Upper Assam division, India
Star sign
Age
40 years
The details (from wikipedia)
Biography
সুজিতা দাস (ইংৰাজী: Sujita Das) অসমৰ এগৰাকী অনাতাঁৰ ঘোষক (ৰেডিঅ’ জকি)। তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷ তেওঁ ৯২.৭ বিগ এফ এমৰ “দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি আছিল। দৈনিক অনুষ্ঠান “দুপৰৰে ৰ’দালি”ৰ লগতে শ্ৰোতাসকলক ১ বজাৰ পৰা ৩ বজালৈ অসমীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে জড়িত শনিবাৰৰ বিশেষ অনুষ্ঠান- “অসমৰ সুৱদি মাত” চলায়। ২০১৭ চনত অসমৰ তদাৰক ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ উপস্থিতিত জনপ্ৰিয় অসমীয়া আলোচনী মায়াৰ দ্বাৰা তেওঁক শ্ৰেষ্ঠ ৰেডিঅ’ জকি বঁটা প্ৰদান কৰা হৈছিল।
ৰেডিঅ’ত অৱদানৰ বাবে তেওঁ ইণ্ডিয়া ৰেডিঅ’ ফ’ৰামৰ দ্বাৰা ম’ষ্ট পপুলাৰ আৰ জে অৱ দ্য ইয়াৰ ২০১৯ (Most popular RJ of the year -2019) লৈ মনোনীত হৈছিল।
তথ্যসূত্ৰ
The contents of this page are sourced from Wikipedia article.
The contents are available under the CC BY-SA 4.0 license.
Lists
Sujita Das is in following lists
By field of work
By work and/or country
comments so far.
Comments
Credits
References and sources
Sujita Das