peoplepill id: rajdweep
Rajdweep
The basics
Quick Facts
The details (from wikipedia)
Biography
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
শিক্ষা
ৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
কৰ্মৰাজি
সংগীত
বৰ্ষ | গীত | এলবাম | সংযোগ |
---|---|---|---|
২০১৫ | আকাশ চুব খোজোঁ | আকাশ চুব খোজোঁ | "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr. |
নাট্যকাৰ
বৰ্ষ | নাটক | ভ্ৰাম্যমাণ দল | টিপ্পনী |
---|---|---|---|
২০১৪ | আকৌ এদিন | হেঙুল থিয়েটাৰ | নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ |
২০১৫ | বলিয়া কৃষ্ণ | হেঙুল থিয়েটাৰ | "www.assamportal.com". http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre. |
২০১৫ | যুঁজ (সম্পাদনা) | হেঙুল থিয়েটাৰ | |
২০১৬ | ব্ৰেকিং নিউজ | কহিনুৰ থিয়েটাৰ | |
২০১৬ | বনৰীয়া | হেঙুল থিয়েটাৰ | |
২০১৬ | বেকাৰ বাহুবলী | হেঙুল থিয়েটাৰ | |
২০১৬ | বেতাল পুলিছ | থিয়েটাৰ ভাগ্যদেৱী | |
২০১৬ | বেষ্ট অফ লাক | কহিনুৰ থিয়েটাৰ | |
২০১৭ | বিন্দাছ | চিৰঞ্জীৱ থিয়েটাৰ | |
২০১৭ | বলিয়া দৌপদী | হেঙুল থিয়েটাৰ |
চিত্ৰনাট্য
বৰ্ষ | বোলছবি | পৰিচালক | সংযোগ |
---|---|---|---|
২০১৫ | খেল-দি গেম | অশোক কুমাৰ বিযয়া | "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1. |
গীতিকাৰ
বৰ্ষ | বোলছবি | সংগীতকাৰ | টিপ্পনী |
---|---|---|---|
২০১৪ | ৰ'দ্ | যতীন শৰ্মা | |
ৰাগ | |||
চিঞৰ | |||
২০১৫ | অহেতুক | ||
২০১৬ | দুৰণিৰ নিৰলা পজা | ||
২০১৬ | বহ্নিমান | যতীন শৰ্মা | |
২০১৭ | দুৰ |
তথ্য সংগ্ৰহ
The contents of this page are sourced from Wikipedia article.
The contents are available under the CC BY-SA 4.0 license.
Lists
Rajdweep is in following lists
comments so far.
Comments
Rajdweep