peoplepill id: jintu-gogoi-2
JG
India
1 views today
1 views this week
Jintu Gogoi
Martyr of Kargil War

Jintu Gogoi

The basics

Quick Facts

Intro
Martyr of Kargil War
Places
Place of birth
Assam, India
The details (from wikipedia)

Biography


জিণ্টু গগৈ (ইংৰাজী: Jintu Gogoi) এজন অসম সন্তান আৰু কাৰ্গিল যুদ্ধৰ এজন শ্বহীদ।

জন্ম আৰু পৰিচয়

জন্ম আৰু পৰিচয়

১৯৭০ চনৰ ২১ নৱেম্বৰত জিণ্টু গগৈৰ জন্ম হৈছিল।অসমৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জিণ্টুৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। পিতৃ ঠগিৰাম ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল। জিণ্টু গগৈৰ লুনা নামৰ এজনী ভনীয়েক আছিল।

সৈনিকজীৱন

জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল। শি সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব পাইছিল। ১৯৯৯ চনৰ ২৯ আৰু ৩০ জুনত সেই দায়িত্ব পালন কৰোঁ‌তে তেওঁ শ্বহীদ হয়।

স্বীকৃতি

মৰণোত্তৰভাৱে কেপ্টেইন জিণ্টু গগৈক ১৯৯৯ চনৰ স্বাধীনতা দিৱসতবীৰ চক্ৰ আৰু ২০০৮ চনৰ ১৯ জুলাইত বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়।

মৃত্যু

১৯৯৯ চনৰ ৩০ জুনত জিণ্টু গগৈৰ ২৯ বছৰ পূৰনহওঁতেই মৃত্যু হয়।

তথ্যউৎস

  1. অভিজিত কলিতা (২০১৯). এখন আকাশ দুখন পৃথিৱী. সঞ্জীৱন প্ৰকাশন,প্ৰীতিমা কৌশিক বৰুৱা. পৃষ্ঠা. ৪৬,৪৭,৪৮,৪৯. 
  2. "https://www.honourpoint.in/profile/captain-jintu-gogoi-vrc-3/". 
  3. "https://gallantryawards.gov.in/Awardee/jintu-gogoi". 
  4. শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫০০. ISBN 81-86827-11-0. 
The contents of this page are sourced from Wikipedia article. The contents are available under the CC BY-SA 4.0 license.
Lists
Jintu Gogoi is in following lists
comments so far.
Comments
From our partners
Sponsored
Credits
References and sources
Jintu Gogoi
arrow-left arrow-right instagram whatsapp myspace quora soundcloud spotify tumblr vk website youtube pandora tunein iheart itunes